menu-iconlogo
huatong
huatong
dr-anima-choudhury-he-notun-purux-assamese-nm-upload-cover-image

He Notun Purux | Assamese | NM_Upload

Dr. Anima Choudhuryhuatong
NilanjonaMahantahuatong
Letra
Gravações
"He Notun Puruhkh”

Assamese modern song

Artist: Dr. Anima Choudhury

Lyrics: Mrinal K Choudhury

ভকেল ৰিমভেল, লিৰিক্স ইউনিকোড আৰু

ট্ৰেক আপলোডঃ নীলাঞ্জনা মহন্ত

?জয় আই অসম?

হে নতুন পুৰুষ

হে নতুন পুৰুষ

তুমি আহিছা

নতুন প্ৰদীপ হৈ

মিলনৰ আলোক হৈ

হে নতুন পুৰুষ

হে নতুন পুৰুষ

?Support Assamese Songs?

?***?

?**?

?*?

যুগে যুগে পথেৰে

আহে কত অভিযাত্ৰী

যুগে যুগে শিখৰে

আহে ঘোৰ কালৰাত্ৰি

যুগে যুগে পথেৰে

আহে কত অভিযাত্ৰী

যুগে যুগে শিখৰে

আহে ঘোৰ কালৰাত্ৰি

সেই শিখাকে জ্বলাবলে

সেই শিখাকে জ্বলাবলে

হে নতুন পুৰুষ

হে নতুন পুৰুষ

তুমি আহিছা

নতুন শলিতা হৈ

মিলনৰ আলোক হৈ

হে নতুন পুৰুষ

হে নতুন পুৰুষ

?***?

?**?

?*?

তোমাৰ অতীতত আছে

কত গৌৰৱৰ কাহিনী

তাৰেই প্ৰেৰণাত ৰচা

নতুন জীৱন কাহিনী

তোমাৰ অতীতত আছে

কত গৌৰৱৰ কাহিনী

তাৰেই প্ৰেৰণাত ৰচা

নতুন জীৱন কাহিনী

নব ইতিহাস ৰচিবলে

নব ইতিহাস ৰচিবলে

হে নতুন পুৰুষ

হে নতুন পুৰুষ

তুমি আহিছা

নতুন প্ৰেৰণা লৈ

মিলনৰ আলোক হৈ

হে নতুন পুৰুষ

হে নতুন পুৰুষ

হে নতুন পুৰুষ!

Thank you!

With love from Nilanjona Mahanta

Mais de Dr. Anima Choudhury

Ver todaslogo

Você Pode Gostar