Loi Loi Jaa
Nilakshi Neog
সন্ধ্যাৰাগ ষ্টুডিঅ'
Kaliabor
Let's go..singing .....
নহ'লে দাপোন জুমি চাবলে বাৰে বাৰে
মোৰ মন গ'লে
নহ'বি আপোন আন কাৰোবাৰ কলিজাৰে
তই মনে মনে
মন কজলা ঘাটতে
তোৰে অহা যোৱা
তই নহ'লে নহ'লে মই আধৰুৱা
কলিজা কলিজা
নোৱাৰোঁ অকলে ৰ'ব মোক লৈ লৈ যা
নোৱাৰোঁ অকলে ৰ'ব মোক লৈ লৈ যা....
Music সন্ধ্যাৰাগ ষ্টুডিঅ
মৰমে বান্ধিলি কলিজাত আলিটি আলিটি
আজুৰি নিনিবি ওঁঠৰে হাঁহিটি হাঁহিটি
চকুৰে দাপোণত মোৰ সপোন দিঠকত
তয়ে জোন জোনালী প্ৰতিটো পলত
কলিজা ,,,,,,,কলিজা ...
নোৱাৰোঁ অকলে ৰ'ব মোক লৈ লৈ যা
নোৱাৰোঁ অকলে ৰ'ব মোক লৈ লৈ যা......
Music.....
ৰৈ ৰৈ ৰৈ চাওঁ চকুলে তোৰ
থৈ থৈ থৈ বাট চাওঁ ভালপোৱা বোৰ
নৈ হৈ বৈ বৈ যাওঁ বুকুলে তোৰ
বুজনে মই তোলৈ কিমান যে আতুৰ
কলিজা ,,, কলিজা ...
নোৱাৰোঁ অকলে ৰ'ব মোক লৈ লৈ যা
নোৱাৰোঁ অকলে ৰ'ব মোক লৈ লৈ যা......
Thanks
For other YouTube track
Contact pl
9613503969
Borah Kaliabor