অচিন হৃদয়ৰ মিলন জানো হয়
Do strange hearts ever meet?
চিনাকি বোৰো অচিনাকি হৈ ৰয়
Familiar hearts too turn alien
অচিন হৃদয়ৰ মিলন জানো হয়
Do strange hearts ever meet?
চিনাকি বোৰো অচিনাকি হৈ ৰয়
Familiar hearts too turn alien
মৰমৰ প্ৰতিদান মৰম বিচাৰি
Loving for the want of love
হিয়াঁওচোন মোৰ থমকি ৰয়
My heart today is seized
প্ৰতিপল নিৰলে
Every moment in silence
অতীত সোঁৱৰো
Reminisce the past
স্মৃতিৰ কোলাত
In memory′s lap
তোমাক সাবতো
I embrace you
তোমাৰ তাড়নাত দুচকু সেমেকি
In yearning, my eyes are moist
দুগালত চকুলো বিয়পি পৰে
On my cheeks, stream tears
অতীতৰ মৰমবোৰ বেদনা হৈ
Long past love ferments to misery
বুকুত মোৰ হেঁচা মাৰি ধৰে
Pins my heart to the dust
মৰমৰ প্ৰতিদান মৰম বিচাৰি
Loving for the want of love
হিয়াওঁচোন মোৰ থমকি ৰয়
My heart today is seized
বাটে চাই তোমালৈ ভাগৰো
Yearning for you, i'm tired
অমানিশাত তোমাক মই বিচাৰোঁ
On new moons even, i look for you
বাটে চাই তোমালৈ ভাগৰো
Yearning for you, i′m tired
অমানিষাত তোমাক মই বিচাৰোঁ
On new moons even I look for you
হৃদয়ে কান্দে অকলে
The heart weeps alone
গোপনে গোপনে
Unseen... in secrecy
মনে মাথোঁ তোমাকেই বিচাৰে
My heart yearns only for you
মনে মাথোঁ তোমা কেই বিচাৰে
My heart yearns only for you
মৰমৰ প্ৰতিদান মৰম বিচাৰি
Loving for the want of love
হিয়াওঁচোন মোৰ থমকি ৰয়
My heart today is seized