জোনৰ বুকুত দেখা তুলসী জুপি
The shrub I saw basking in moonshine
আইতাৰ কোলাত তৰালি ৰাতি
A starfall night in the lap of dear granny
তাতেই মোৰ ল′ৰালি উটি ভাঁহি হ'ল জোনাকী
My childhood tides away in it moonlit
স্মৃতি গচকী আজি
Trampling memories tonight
জোনাকী আলহী
Are my visitors moonlit
মোৰ সোণালী ল′ৰালি
My glorious childhood
মোৰ সোণালী ল'ৰালি
My glorious childhood
আইতাৰ উমাল শেতেলিতে সাধু শুনি
On gran's warm bed of stories
আঁকিছিলোঁ জীৱনৰ কতনা ছবি
I dreamed my life in awe
সেই ক্ষণ আজি মায়া
That moment′s a mirage tonight
সোঁৱৰণি
Reminisce
স্মৃতি গচকি আজি
Trampling memories tonight
জোনাকী আলহী
Are my visitors moonlit
মোৰ সোণালী ল′ৰালি
My glorious childhood
মোৰ সোণালী ল'ৰালি
My glorious childhood
কাগজৰ নাৱেৰে ভটিয়াই যাবৰ মন
In paper boats I want to rush downstream
উচাহৰ ফুলনিত উৰিবলৈ মন
Glide over the edens of hope
কণমানি পখিলা জনী ক′ত নো হেৰাল
Where has this lil' butterfly been lost?
ল′ৰালি সোণালী
Glorious childhood
স্মৃতি গচকি আজি
Trampling memories tonight
জোনাকী আলহী
Are my visitors moonlit
মোৰ সোণালী ল'ৰালি
My glorious childhood
মোৰ সোণালী ল′ৰালি
My glorious childhood