চিনাকী চিনাকী
কথাছবি : উপগ্ৰহ (1972)
কণ্ঠ : দীপেন বৰুৱা , অৰ্চনা মহন্ত
সংগীত : জীতু শৰ্মা , তপন ভট্টাচাৰ্য
কথা : নুৰুল হক(1st part male)
M-চিনাকী চিনাকী কোনে ৰিঙি মাৰে ?
F-শুনি কি নুশুনি চাওঁ বাৰে বাৰে..
M-মন কঁপে ঘনে
F-অ.....
M-কিয় কোনে জানে
F-অ.....
M-তোমাৰ মন কেনেকৈ পাওঁ ..?
M/F-চিনাকী চিনাকী কোনে ৰিঙি মাৰে ?
cover by Indranee,Ranjan
ষ্টাৰমেকাৰ আপলোড : BIJIT_শিৱসাগৰীয়া
F-তুমি দূৰ দূৰণিতে মোৰ সুৰ কৰণিতে
ফুলিছা পদুমহৈ অ’ কুমলিয়া...
~~~~~~~¥¥¥¥
M-মোৰ মন পদূলিতে আজি এই গধূলিতে
তুমি যে এচাটি বা'
অ’..আলসুৱা !
F-কাণে কাণে !
M-ক’লে কোনে
M/F-আমি ভাল পাওঁ
অ’..
আমি ভাল পাওঁ !
F-চিনাকী চিনাকী কোনে ৰিঙি মাৰে ?
M-শুনি কি নুশুনি ..চাওঁ বাৰে বাৰে..
F-মন কঁপে ঘনে
M-অ.....
F-কিয় কোনে জানে
M-অ.....
F-তোমাৰ মন
কেনেকে পাওঁ ..?
M/F-চিনাকী চিনাকী কোনে ৰিঙি মাৰে ?
~~~~~~ ±±± ~~~~~~~
M-তুমি মোৰ হোৱা যদি ভৰ বৰিষাৰে নদী
চেনেহৰ পাৰ ভাঙি মন উতলুৱা !
~~~~~~~~¥¥¥
F-মই হ’ম সৰু জুৰি নাচি নাচি ঘূৰি ঘূৰি
তোমাতে মিলিম গৈ বিচাৰি নোপোৱা ...!
M-মিলনৰে !
F-মোহনাতে
M/F-হেৰুৱাই পাওঁ
অ’...আমি ভাল পাওঁ
M-চিনাকী চিনাকী কোনে ৰিঙি মাৰে ?
F-শুনি কি নুশুনি ..চাওঁ বাৰে বাৰে..
M-মন কঁপে ঘনে
F-অ.....
M-কিয় কোনে জানে
F-অ.....
M-তোমাৰ মন কেনেকৈ পাওঁ ..?
M/F-চিনাকী চিনাকী কোনে ৰিঙি মাৰে