মন কিয় সপোন ৰঙীন
কথাছবি : আদালত (1976)
কণ্ঠ : দীপেন বৰুৱা
সংগীত : জীতু শৰ্মা , তপন ভট্টাচাৰ্য
কথা : নৱকান্ত বৰুৱা
জয় আই অসম
মন কিয় সপোন ৰঙীন
তুমি জানা নেকি...?
এই মধুৰ স্বপ্ন খেলা !
আমাৰ চিনাকী...
মন কিয় সপোন ৰঙীন
তুমি জানা নেকি...?
? ? ? ? ?
ষ্টাৰমেকাৰ আপলোড : BIJIT_শিৱসাগৰীয়া
কাৰ চকুৱে
খেলিলে লুকাভাকু...
মন আকাশৰ...
সানিলে ৰঙা ফাকু...
লয় কলীয়া মেঘে..!
আৰু থাকিলে কি বাকী ?
মন কিয় সপোন ৰঙীন
তুমি জানা নেকি...?
? ? ? ? ? ?
Lyrics and track:Bijit Borgohain
এই সময়ে ..!
হাঁহিৰ আঁৰে আঁৰে
কোন বেদনাৰ
মায়াৰ জাল তৰে
কঁপে দুখনি হিয়া..!
তাৰে দুলনি মাগি
মন আজি সপোন ৰঙীন
তুমি জানা নেকি...?
এই মধুৰ স্বপ্ন খেলা !
আমাৰ চিনাকী...
মন কিয় সপোন ৰঙীন
তুমি জানা নেকি...?