সোনাৰু অই
বুকুতে ফুলিছ তই
সোনাৰু অই
বলিয়া হলো যে মই
SINGER:জুবিন গাৰ্গ &ধীৰামনি
UPLOAD:~~মিন্টু~~
M:সোনাৰু অই
বুকুতে ফুলিছ তই
সোনাৰু অই
বলিয়া হলো যে মই
মিউজিক
F:সোনাৰু অই
বুকুতে ফুলিলি তই
M/F:সোনাৰু অই
বলিয়া হলো যে মই
F:বলিয়া বহাগে কয়
গাওঁৰে শিপীনী মই
ৰঙিলী নাচনী মই
M:বলিয়া বহাগে কয়
গাওঁৰে শিপীনী তই
ৰঙিলী নাচনী তই
F:সোনাৰু অই
বুকুতে ফুলিলি তই
M:সোনাৰু অই
বলিয়া হলো যে মই
মিউজিক
F:এপল দুপল সপোন ভাহি
ফাগুনৰে ৰং ছটিয়াই
M:জীৱন যৌৱন উমাল বুকুত
মৰমকে জোকাই
এএএএ এপল দুপল সপোন ভাহি
ফাগুনৰে ৰং ছটিয়াই
F:জীৱন যৌৱন উমাল বুকুত
মৰমকে জোকাই
M:চেনেহে পিৰিটীক কয়
তই হেনো মোৰে হয়
হৃদয়ৰে মালিনী তই
M:বলিয়া বহাগে কয়
গাওঁৰে শিপীনী তই
ৰঙিলী নাচনী তই
M:সোনাৰু অই
বুকুতে ফুলিছ তই
F:সোনাৰু অই
বলিয়া হলো যে মই
মিউজিক
M:পাহি পাহি চেনেহ সানি
কলিজাতে সুবাস বিলাই
পৰানৰে কোঁহে কোঁহে
প্ৰনয়ে চুমি য়ায
F:হো... পাহি পাহি
চেনেহ সানি
কলিজাতে সুবাস বিলাই
পৰানৰে কোঁহে কোঁহে
প্ৰনয়ে চুমি য়ায
M:বলিয়া বহাগে কয়
গাওঁৰে শিপীনী তই
ৰঙিলী নাচনী তই
F:চেনেহে পিৰিটীক কয়
মই হেনো মোৰে হয়
হৃদয়ৰে মালিনী মই
M:সোনাৰু অই
বুকুতে ফুলিলি তই
সোনাৰু অই
বলিয়া হলো যে মই
মই ....মই.....মই.....
বলিয়া হলো যে মই
ধন্যবাদ
Min2 Kashyap~~~