গীত:ছিঃ ছিঃ লাজ লাগিছে
কণ্ঠ:নীলাভ নীতা
সহযোগী কণ্ঠ:দেৱজিত বড়া
কথা,সুৰ:দেৱজিত বড়া
সংগীত:প্ৰণয় দত্ত
জয় আই অসম
এ বাৰ মহীয়া প্ৰেমৰে জ্বৰ লাগিছে
চিৰৰুগীয়া নকৰি নেৰিছে
এ বাৰ মহীয়া প্ৰেমৰে জ্বৰ লাগিছে
চিৰৰুগীয়া নকৰি নেৰিছে
লাজে বেঢ়ি ধৰিছে মনক
যৌৱন ফুটি উঠিছে দেহত
পিৰিতী নামৰে তিনিটি আখৰে
ভাবি ভাবি লগৰী মোৰ ঐ
ছিঃ ছিঃ লাজ লাগিছে
ছিঃ ছিঃ লাজ লাগিছে
ট্ৰেক আপলোড: BIJIT_শিৱসাগৰীয়া
এনেকৈ নাচাবি অ মোৰে জান
বুকু ধপেধপাই অ মোৰে জান
এনেকৈ নাচাবি অ মোৰে জান
বুকু ধপেধপাই অ মোৰে জান
বৰহাটৰে বাহু,দুলীয়াজানৰ শাহু
ধেমাজীৰে ধুনীয়া লৰাৰ চকু সৰু সৰু
ঐ চকু সৰু সৰু
লাজে বেঢ়ি ধৰিছে মনক
যৌৱন ফুটি উঠিছে দেহত
পিৰিতী নামৰে তিনিটি আখৰে
ভাবি ভাবি লগৰী মোৰ ঐ
ছিঃ ছিঃ লাজ লাগিছে
ছিঃ ছিঃ লাজ লাগিছে
Music Interload --
তিনিচুকীয়াৰ ধাপৰ বিহু
লক্ষীমপুৰৰে সুঠাম বুকু
গোৱালপৰীয়াৰ কিযে মিঠা মাত
শুনি দেহা পৰি যায় শাত
চাংঘৰৰে ঐনিতম
লুইত পাৰতে বাজে ধুতম
শিৱসাগৰতে বিহু মাৰি যাম
ৰাতি বিহু দেখিবলৈ পাম
ঐ জান ৰাতি বিহু দেখিবলৈ পাম
লাজে বেঢ়ি ধৰিছে মনক
যৌৱন ফুটি উঠিছে দেহত
পিৰিতী নামৰে তিনিটি আখৰে
ভাবি ভাবি লগৰী মোৰ ঐ
ছিঃ ছিঃ লাজ লাগিছে
ছিঃ ছিঃ লাজ লাগিছে
ধন্যবাদ সহকাৰে