Song : Kotha Nokobi Tan
Singer : Nilav Nita
Lyrics : Chinmoy Kaushik & Joy Nirvan
Music : Pronoy Dutta
জয় আই অসম
BIJIT_শিৱসাগৰীয়া
Patilu dingora lagile hingora
Logote kawoi mass
Dudinor jibonot kandi ki thakibi
Sutalot ja oi naas
Dhuleti bajibo nasoni nasibo
Sutalot nogoje bon
Dudinor jibonot toi moi thakile
Dudinot nobhore mon
?
এ জীৱন টুলুং ভুটুং
নাও যেন মইনাজান
নাজানো কেতিয়া কি হব ?
অ ভালপালে পায়ে ল !
নহলে মইনাজান
কথাটো আধা হৈয়ে ৰৱ !
মোৰ কথা তই মানি ল
কথা মই মানি লম
মোৰ আধাটো তইয়ে হ
তোৰ আধাটো মইয়ে হম
কথা নকবি টান টান
নহলে মইনাজান
তই সহিব লাগিব
মোৰ ঠৰঙা অভিমান
ওহো নহব এনেকৈ
নহব তেনেকৈ
মৰমকন লাগিব মই
বিচাৰো যেনেকৈ
?
Aipe Menam kouwa
Ayang Kusereya
Simat mo:yobongka
Lene Asin Sem
Lubitei ngam aina
Kebitei ngom deiya
Adilo Payen Nok
a:ro ayedem”
মৰম দি থাকিলে চেনেহ দি থাকিলে
থাকিম তোৰ পানী পৰা ঘৰতে
বোকাও খচি দিম মজিয়াও মচি দিম
মৰি যাম পানী লগা জ্বৰতে
মোৰ নিচিনা লখিমীক যখিনী নকবি
ঘৰ এখন ধৰিব পাৰো মই
ৰূপতো ধুনীয়া গুণতো ধুনীয়া
কিহত কম দেখিলি বাৰু তই
মোৰ কথা তই মানি ল
তোৰ কথা যই মানি লম
মোৰ আধাটো তইয়ে হ
তোৰ আধাটো মইয়ে হম
কথা নকবি টান টান
নহলে মইনাজান
তই সহিব লাগিব
মোৰ ঠৰঙা অভিমান
ওহো নহব এনেকৈ
নহব তেনেকৈ
মৰমকন লাগিব
মই বিচাৰো যেনেকৈ
Nowing
ngokke
mename
oiya
Mename o oiya
Mename o oiya”