গীত : চকুত চকু পৰিলে
কণ্ঠ : দ্বিপেন বৰুৱা,নমিতা ভট্টাচাৰ্য
এলবাম : সোণমা(১৯৭৭)
সংগীত : ৰমেন বৰুৱা
জয় আই অসম
m/চকুত চকু পৰিলে
মিচিকীয়াই হাঁহিলা
কিনো জুইয়ে পুৰিছে গা
f/জ্বলিলে যি জুই
নুমাব নাজানে
নালাগিলে বুকুৰে বান
m/চকুত চকু পৰিলে
মিচিকীয়াই হাঁহিলা
কিনো জুইয়ে পুৰিছে গা
f/জ্বলিলে যি জুই
নুমাব নাজানে
নালাগিলে বুকুৰে বান
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
m/ৰৈ ৰৈ মাৰিলে
বতাহে সুহুৰি কিয় জানো
মন লৰি যায়
f/ৰৈ ৰৈ মাতিলে
পখী সখীয়তি বনে বনে
লগ চাগে নাই
m+f/পাৰিব জানো আঁতৰি থাকিব
সিযে গলে লগৰে থৈ
ট্ৰেক অনুৰোধ : meona
f/ফুলকুমলীয়া বৰ আলসুৱা
ভালপোৱা,মন উতলা
m/মৰম বলীয়া বৰ আকলুৱা
এই হিয়া,তোমাতে জিৰাই
m+f/এইয়া কি সপোন
যেন ৰাতিপুৱাৰ
মলয়াৰে এচাটি বা
m/চকুত চকু পৰিলে
মিচিকীয়াই হাঁহিলা
কিনো জুইয়ে পুৰিছে গা